বি এছ এফৰ জোৱান হত্যাৰ প্ৰতিৰোধ

বি এছ এফৰ জোৱান হত্যাৰ প্ৰতিৰোধ

বি এছ এফ জোৱান এজনক হত্যা কৰাৰ ২৪ ঘণ্টা নৌহওতেই জম্মু-কাশ্মীৰ সীমান্তৰ পাকিস্তানী নিৰীক্ষণ চকীত প্ৰচণ্ড আক্ৰমণ চলালে বি এছ এফে । ৰাজ্যখনৰ চম্বা ছেক্টৰৰ সীমান্তত পাকিস্তানী সেনাই প্ৰৱেশ কৰি বি এছ এফৰ ৫৫ বছৰীয়া মুখ্য কনিষ্টবল আৰ পি হাজৰাক হত্যা কৰাৰ প্ৰতিসূদকল্পে যোৱানিশাই পাকিস্তানী সেনাৰ নিৰীক্ষণ স্বকীয় প্ৰশ্নদ আক্ৰমণ চলাই ভাৰতীয় বি এছ এফ দলে ।