যোগী আদিত্যনাথৰ গো-সাম্ৰাজ্যত অপ্ৰত্যাশিত আঘাত

যোগী আদিত্যনাথৰ গো-সাম্ৰাজ্যত অপ্ৰত্যাশিত আঘাত

হিন্দী বলয়ত কালি এক অভাৱনীয় নিৰ্বাচনী পৰাজয়ৰ সন্মুখীন হল কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি । বিগত সাধাৰণ নিৰ্বাচনত বিপুল ভোটত বিজেপিয়ে জয়লাভ কৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে অবিশ্বাস্য পৰাজয়ৰ সন্মুখীন হবলগীয়া হয় ।