-->

‘শিল্পীসকলক ৰাজনীতিৰপৰা আঁতৰাই ৰখা উচিত’

‘শিল্পীসকলক ৰাজনীতিৰপৰা আঁতৰাই ৰখা উচিত’

নেপথ্য় গায়িকা কণিকা কাপুৰে কালি কয় যে শিল্পীসকলক ৰাজনীতিৰপৰা আঁতৰাই ৰাখিব লাগে। যোৱা নৱেম্বৰত তেওঁ পাকিস্তানী গায়ক আটিফ আছলামৰ সৈতে লণ্ডনত সংগীতানুষ্ঠানত ভাগ লৈছিল। উল্লেখ্য় যে উৰিৰ অাক্ৰমণৰ পিছত ৰাজ থাকৰে নেতৃত্ৱাধীন এম এন এছে পাকিস্তানী শিল্পীক ভাৰতত কা কৰাৰ ক্ষেত্ৰত বাধা দিছিল।