আকৌ আজি বৃদ্ধি হ’ল পেট্ৰল-ডিজেলৰ মুল্য

আকৌ আজি বৃদ্ধি হ’ল পেট্ৰল-ডিজেলৰ মুল্য

ডিজিটেল ডেস্ক:পেট্ৰলৰ মুল্যই চুইছে আকাশ৷পুনৰ  বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মুল্য৷ আজি মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৫.৪৬ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৭.৬৩ টকা হৈছেগৈ৷ আনহাতে দিল্লীত আজি পেট্ৰলৰ দাম প্ৰতি লিটাৰত বৰ্তমান ৮৩টকা৷ ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৪.২৪টকা হৈছেগৈ।আনহাতে মুম্বাইতো বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯০.৩৫টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৭৮.৮২টকা প্ৰতিলিটাৰত।