-->

ৰায়বেৰেলিৰ বিদ্যুৎ প্ৰকল্পত হোৱা দুৰ্ঘটনাত ১২ শ্ৰমিকৰ মৃত্যু

ৰায়বেৰেলিৰ বিদ্যুৎ প্ৰকল্পত হোৱা দুৰ্ঘটনাত ১২ শ্ৰমিকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ ৰায়বেৰেলি সমষ্টিৰ আনচাৰত কালি এন টি পি চিৰ তাপ বিদ্যুৎ প্ৰকল্পৰ বয়লাৰত বিস্ফোৰণ ঘটাত অতি কমেও ১২ জন শ্ৰমিকৰ মৃত্যু হয় আৰু আন শতাধিক আহত হয়। ৫০০ মেগাৱাট উৎপাদন কৰা শক্তি প্ৰকল্পটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিনত্যনাথে নিহত প্ৰতিজন শ্ৰমিকৰ পৰিয়াললৈ ২ লাখ টকাকৈ অৰ্থ সাহাৰ্য ঘোষণা কৰে।