ভাৰতলৈ আহিব পুটিন

ভাৰতলৈ আহিব পুটিন

ডিজিটেল ডেস্ক: ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন৷ অহা চাৰি আৰু  পাচ অক্টোবৰত দুদিনীয়া কাৰ্যসুচীৰে ভাৰতত পৰ্দাপন কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিজন৷ ১৯ সংখ্যক ভাৰত-ৰাছিয়াৰ ত্ৰিপাক্ষিক সন্মিলনত ভাগ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে৷ তদুপৰি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিনৰ সৈতে এক আলোচনাতো মিলিত হ’ব নেতাজন৷ আজি দেশৰ বিদেশ মন্ত্ৰালয়ে এই ভ্ৰমণৰ কথা উল্লেখ কৰিছে৷