পেট্ৰলৰ দাম অভাৱনীয় ভাবে বৃদ্ধি

পেট্ৰলৰ দাম অভাৱনীয় ভাবে বৃদ্ধি

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ। চেঞ্চুৰীৰ দিশে আগবাঢ়িছে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম। জনতাৰ মূৰত ৰামটাঙোন শোধাই ৰং চাইছে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে।