-->

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমোলা-বিষয়ালৈ আহ্বান: অনগ্ৰসৰ এলেকাত নিযুক্তি লৈ সেৱা আগবঢ়াওক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমোলা-বিষয়ালৈ আহ্বান: অনগ্ৰসৰ এলেকাত নিযুক্তি লৈ সেৱা আগবঢ়াওক

মহাৰাষ্ট্ৰত শেহতীয়াকৈ সংঘটিত দলিত বিক্ষোভ আৰু হিংসাত্মক প্ৰতিবাদৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অনুগ্ৰসৰ জিলাসমূহত সেৱা আগবঢ়াবলৈ উচ্চপদস্থ আমোলাসকলৰ প্ৰতি কালি আহ্বান জনায়। আম্বেদকাৰ ইন্টাৰনেচনেল চেণ্টাৰৰ এটা অনুষ্ঠানত ভাষণ দি মোডীয়ে অহা এপ্ৰিল মাহত আম্বেদকাৰৰ জন্ম শতবাৰ্ষিকীৰ পূৰ্বে দেশৰ অনগ্ৰসৰ এলেকাসমূহত নিযুক্তি ল'বৰ বাবে বিষয়াসকলৰ প্ৰতি আহ্বান জনায়।