গাড়ীৰ গতি বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰে : নগৰত ৭০ কি: মি: আৰু এক্সপ্ৰেছ হাইৱেত ১২০ কি: মি:

গাড়ীৰ গতি বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰে : নগৰত ৭০ কি: মি: আৰু এক্সপ্ৰেছ হাইৱেত ১২০ কি: মি:

দেশৰ নগৰ আৰু এক্সপ্ৰেছ হাইৱেবোৰত বাহনৰ গতিবেগ বৃদ্ধিৰ এটা প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰস্তাৱত নগৰ অঞ্চলত সৰু গাড়ীৰ গতিবেগ ঘণ্টাত ৭০ কিঃমিঃ আৰু এক্সপ্ৰেছ হাইৱেত ১২০ কিঃমিঃ পৰ্যন্ত কৰিব বিচৰা হৈছে। নগৰত মটৰ চাইকেলৰ গতিবেগ ঘণ্টাত ৬০ কিঃমিঃ কৰাৰ প্ৰস্তাৱ কৰা হৈছে। অৱশ্যে সৰ্বনিম্ন গতিবেগ ধার্য কৰাৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহৰ ওপৰত ন্যস্ত কৰা হৈছে।