অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী

অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বৈজ্ঞানিক পদ্ধতিৰে খহনীয়া সমস্যা সমাধানৰ দাবী ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ। দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক স্মাৰকপত্ৰ প্ৰদান।