-->

মোদীৰ গুজৰাটত বিজেপিৰ বাবে ‘১৪৪ ধাৰা’

মোদীৰ গুজৰাটত বিজেপিৰ বাবে ‘১৪৪ ধাৰা’

গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ব্যাপক প্ৰচাৰ অভিযান চলাইছে যদিও পাটিদাৰ এলেকাসমূহত তীব্ৰ বিৰোধিতাৰ সন্মুখীন হবলগীয়া হৈছে । আনকি বিজেপিৰ নেতা-কৰ্মীৰ বাবে পাটিদাৰ অঞ্চলসমূহত '১৪৪ ধাৰা' জাৰি কৰা হৈছে । বহু পাটিদাৰ অঞ্চলত আনকি বেনাৰ আদিও লগোৱা হৈছে যে বিজেপি সমৰ্থকসকলে যাতে এই অঞ্চললৈ ভোট বিচাৰি নাহে । আনকি প্ৰচাৰ অভিযানৰ বাবে অহা বিজেপি কৰ্মীসকলক খেদাৰ লগতে তেওঁলোকৰ ওপৰত ঘোলা কণী আদিও দলিওৱা হৈছে । এই সন্দৰ্ভত আৰক্ষী চকীতো অভিযোগ ৰুজু কৰা হৈছে ।