কাইলৈৰ পৰা আৰম্ভ আইএছএল

কাইলৈৰ পৰা আৰম্ভ আইএছএল

ডিজিটেল ডেস্ক: ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আই এছ এলৰ পঞ্চম সংস্কৰণ।কলিকতাৰ চল্টলেকত খেলখনৰ উদ্ধোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ সৰ্বমুঠ ১০টা ক্লাবে ভাগ ল’ব এই অনুষ্ঠানত৷ উদ্ধোধনী মেচত কেৰালা ব্লাষ্টাৰৰ সন্মুখীন হ’ব এথেলেটিক দি কলকাতা৷ এইবাৰ সৰ্বমুঠ ৬৩খন মেচ অনুষ্ঠিত হ’ব৷ নৰ্থ ইষ্ট ইউনাইটেড ৰ ওপৰত এইবাৰো আশাবাদী উত্তৰ পুৰ্বাঞ্চলবাসীৰ৷১তাৰিখে গোৱাৰ সন্মুখত প্ৰথম মেচখন খেলিব দলটোৱে৷