-->

আৰম্ভ হল ৰাজ্যৰ বিভিন্ন স্থানত ৰাশলীলা

আৰম্ভ হল ৰাজ্যৰ বিভিন্ন স্থানত ৰাশলীলা

১৭৭ বছৰীয়া পৰম্পৰাৰে সমৃদ্ধ মাজুকীৰ ৰাস প্ৰত্যক্ষ কৰিবলে পৰ্যটকৰ ভিৰ । দেশ-বিদেশৰ পৰ্যটক, দৰ্শক, উৎসাৱপ্ৰেমী, ভক্তিপ্ৰাণ জনগণৰ সমাবেশেৰে উদুলি মুদুলি হৈ পৰিছে মানুকীৰ বুকু । নলবাৰীৰ ঐতিমণ্ডিত হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাস মহোৎসৱ উদ্বধন কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল । আজিৰ পৰা ১১ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হল ঐতিমণ্ডিৰ পলাশবাৰী-মিৰ্জাৰ ৰাস মহোৎসৱ ।