-->

নিউমিনিয়াত আক্ৰান্ত হৈছে দিলীপ কুমাৰ

নিউমিনিয়াত আক্ৰান্ত হৈছে দিলীপ কুমাৰ

বাৰ্ধক্যজনিত কাৰণত ক্ৰমান্বয়ে বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰা অভিনেতা দিলীপ কুমাৰ শেহতীয়াকৈ নিউমোনিয়াত আক্ৰান্ত হৈ পৰিছে।