-->

গুণোৎসৱত কম গ্ৰেড পোৱা বিদ্যালয় সমূহত ভ্ৰমণ কৰিব শিক্ষামন্ত্ৰী ড°শৰ্মাই

গুণোৎসৱত কম গ্ৰেড পোৱা বিদ্যালয় সমূহত ভ্ৰমণ কৰিব শিক্ষামন্ত্ৰী ড°শৰ্মাই

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এম অনুষ্ঠানত কামৰূপ (মহানগৰ) জিলাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে পাঠ্যপুথিৰ বিতৰণ কৰি শিক্ষামন্ত্ৰী ড° হিমন্ত কুমাৰ শৰ্মাই কয় যে শিক্ষা বিভাগত সংস্কাৰ সাধন কৰাৰ বাবে চৰকাৰে ইতিমধ্যে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে । মন্ত্ৰীগৰাকীয়ে গুণোৎসৱত চি আৰু ডি গ্ৰেড লাভ কৰা বিদ্যালসমূহলৈ নিজে গৈ পৰিস্থিতিৰ বুজ লৱ বুলিও আজি জানিবলৈ দিয়ে ।