-->

ধূলাত চেপা উত্তেজনা অব্যাহত

ধূলাত চেপা উত্তেজনা অব্যাহত

বুধবাৰৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ পাছত আজিও ধূলাত চেপা উত্তেজনা অব্যাহত আছে।  পৰিস্থিতিৰ শান্তিপূৰ্ণ যদিও ভিতৰুৱা অঞ্চলসমূহত কালিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া মাৰ যোৱা নাই । ইয়াৰ বাবেই জিলা প্ৰশাসনে সতৰ্কতামূলক স্থিতি গ্ৰহণ কৰি সান্ধ্য আইন প্ৰত্যাহাৰ কৰা পৰা বিৰত আছে ।