ইউছুফ পাঠান ৫ মাহৰ বাবে নিলম্বিত হয়

ইউছুফ পাঠান ৫ মাহৰ বাবে নিলম্বিত হয়

ড'পিঙত ব্যৰ্থ হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে টীম ইণ্ডিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইউছুফ পাঠানক ৫ মাহৰ বাবে নিলম্বিত কৰিছে । অৱশ্যে বৰ্ডৰ এই নিলম্বন ২০১৭ৰ ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত বাৰোদাৰ ক্ৰিকেটাৰগৰাকীয়ে সমাগত আই পি এলত খেলাৰ পৰা বঞ্চিত নহব ।