লক্ষ্য প্ৰত্যাৱৰ্তন! অনুশীলনত ব্যস্ত ভাৰত

লক্ষ্য প্ৰত্যাৱৰ্তন! অনুশীলনত ব্যস্ত ভাৰত

প্ৰথম টেষ্টত সমপুৰ্ণৰূপে ব্যৰ্থ হোৱাৰ পাছত শৃংখলালৈ প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে চেঞ্চুৰিয়নত কঠোৰ অনুশীলন আৰম্ভ কৰিছে টীম ইণ্ডিয়াই । শনিবাৰৰ পৰা আৰম্ভ হবলগীয়া দ্বিতীয়খন টেষ্টৰ বাবে কালি চেঞ্চুৰিয়নত উপস্থিত হোৱাৰ পিছত বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে প্ৰায় তিনি ঘণ্টা ধৰি অনুশীলন চলোৱা দেখা যায় ।