-->

পেট্ৰ’ল পম্পত চলি থাকিব কাৰ্ড পেমেণ্ট

পেট্ৰ’ল পম্পত চলি থাকিব কাৰ্ড পেমেণ্ট

ডেবিট অথবা ক্ৰেডিট কাৰ্ডেৰে ইন্ধন ক্ৰয় কৰাৰ ক্ষেত্ৰত এই কথা স্পষ্ট কৰা হৈছে যে গ্ৰাহকে ডেবিট/ক্ৰেডিট কাৰ্ডেৰে ইন্ধন ক্ৰয়ৰ ক্ষেত্ৰত লেনদেনৰ অতিৰিক্ত মাচুলৰ বোজা ল'ব নালাগে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে স্পষ্ট কৰি দিছে যে পেট্ৰ'ল পাম্পৰ লেনদেনৰ মাচুল বেংক আৰু তেল কোম্পানীৰ মাজৰ এক ব্য়ৱসায়িক কথা আৰু এই বিষয়টো তেওঁলোকে সমাধান কৰিব।