-->

ট্ৰাম্প টাৱাৰৰ নিৰ্মাণ আৰম্ভ কলকাতাত

ট্ৰাম্প টাৱাৰৰ নিৰ্মাণ আৰম্ভ কলকাতাত

কলকাতাত আৰম্ভ হৈছে ট্ৰাম্প টাৱাৰৰ নির্মাণকাৰ্য। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মালিকানাধীন ট্ৰাম্প অৰ্গেনাইজেচনৰ অধীনত এই অট্টালিকাটো নিৰ্মাণ কৰা হ'ব।