-->

এইবাৰ অনলাইন ব্যৱসায় কৰিব ৰিলায়েঞ্চ জিঅ’ৱে

এইবাৰ অনলাইন ব্যৱসায় কৰিব ৰিলায়েঞ্চ জিঅ’ৱে

টেলিকম ক্ষেত্ৰখনত সফলতা লাভ কৰাৰ পাছত এইবাৰ ৰিলায়েঞ্চ জিঅ'ৱে ই-কমাৰ্চৰ ক্ষেত্ৰতো খোজ দিয়াৰ বাবে প্ৰস্তুতি চলাই আছে।  কোম্পানীটোৱে ভাৰাত লোৱা দোকানৰ সৈতে ই-কমাৰ্চ ক্ষেত্ৰখনত খোজ দিয়াৰ বাবে এক বিশেষ কমিটি গঠব কৰিব ।