অনিল আম্বানীৰ ৰিলায়েঞ্চ কমত বিনিয়োগকাৰীলৈ সকাহ

অনিল আম্বানীৰ ৰিলায়েঞ্চ কমত বিনিয়োগকাৰীলৈ সকাহ

দেশৰ ধনাঢ্য ব্যক্তিসকলৰ তালিকাত স্থান লাভ কৰা উদ্যোগপতি অনিল আম্বানীৰ নেতৃত্বত চলা অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ শ্বেয়াৰ সমূহৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে । আনকি শ্বেয়াৰ সমূহৰ মূল্য ৩২ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা দেখা গৈছে । অনিল আম্বানীৰ শ্বেয়াৰৰ মূল্য সোমবাৰে বন্ধ হয় ৩৫.৪০ স্তৰত ।