-->

পালছ কেণ্ডিৰ নতুন ৰূপ বজাৰত উপলব্ধ

পালছ কেণ্ডিৰ নতুন ৰূপ বজাৰত উপলব্ধ

ধৰমপাল-সত্যপাল গ্রুপৰ জনপ্ৰিয় মুখৰুচক খাদ্য পালছ নতুন ৰূপত মুকলি কৰা হৈছে। ইতিমধ্যে কেণ্ডিৰ বজাৰত পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা এই 'পাছ পাছ পালছ' কেঁচা আম, মধুৰি আৰু কমলাৰ সোৱাদৰ সৈতে মুকলি কৰা হৈছে।