-->

এফ ডিৰ সুবিধা আগবঢ়াব পেমেণ্ট বেংক প্ৰতিষ্ঠান পেটিএমে

এফ ডিৰ সুবিধা আগবঢ়াব পেমেণ্ট বেংক প্ৰতিষ্ঠান পেটিএমে

ই-ৱালেট প্ৰতিষ্ঠান পেটিএমে ইয়াৰ পেমেণ্ট বেংকৰ গ্ৰাহকসকলৰ বাবে ম্যাদী জমা (এফ ডি)ৰ সুবিধা মুকলি কৰিছে। প্ৰতিষ্ঠানটোৱে গ্ৰাহকসকলৰ পেমেণ্ট বেংকত জমা থকা ১ লাখ টকাৰ অধিক ধনৰাশি স্থায়ী জমালৈ ৰূপান্তৰিত কৰিব।