পশ্চিমবংগত ৫০০০ কোটি বিনিয়োগৰ আঁচনি মুকেশ আম্বানীৰ

পশ্চিমবংগত ৫০০০ কোটি বিনিয়োগৰ আঁচনি মুকেশ আম্বানীৰ

পশ্চিমবংগ আন্তৰ্জাৰ্তিক বাণিজ্যিক সন্মিলনত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে মঙলবাৰে ঘোষণা কৰে যে তেওঁলোকৰ কোম্পানীয়ে পশ্চিমবংগত ৫০০০ কোটি টকা বিনিয়োগ কৰিব । এই বিনিয়োগ কৰা হব পেট্ৰলিয়াম আৰু খুচুৰা ব্যৱসায় ক্ষেত্ৰখনত ।