-->

নিয়োগৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বোচ্চ স্থান ক’নৰ

নিয়োগৰ ক্ষেত্ৰত বিশ্বৰ সৰ্বোচ্চ স্থান ক’নৰ

আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক আলোচনী ফৰ'বছৰ মতে ইলকেটৰ আৰু এছকেলেটৰৰ উদ্যোগৰ ক্ষেত্ৰত ক'নে ৭৫ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগে লগে ক'নে এই ক্ষেত্ৰখনত নেতৃত্ব বহন কৰিছে । প্ৰায় ৩,৬০,০০০ কৰ্মচাৰীৰ অভিমত সাপেক্ষে ক'নক এই স্থান দিয়া হৈছে । উল্লেখ্য যে ক'নে নতুন দিশেৰে খোজ পেলাই স্মাৰ্ট নগৰীকৰণৰ জৰিয়তে গ্ৰাহকৰ ওচৰ চাপিবলৈ সক্ষম হোৱা বুকু তেওঁ কয় । ফৰ'বছে প্ৰকাশ কৰা অনুসৰি, শীৰ্ষ বহুজাতিক কোম্পানীৰ কৃতিত্বৰ ক্ষেত্ৰত ক'নে চলিত বৰ্ষত বিশ্বৰ ভিতৰতে ৪৪ সংখ্যক স্থান দখল কৰবলৈ সক্ষম হৈছে ।