নৱবৰ্ষত জিঅ’ৰ বিশেষ অফাৰ

নৱবৰ্ষত জিঅ’ৰ বিশেষ অফাৰ

টেলিকম ক্ষেত্ৰখনত চমক সৃষ্টি কৰা ৰিলায়েঞ্চ জিঅ'ৱে নৌদৰ্শতনিজৰ গ্ৰাহক সকলকৰ বাবে পুনৰ মুকলি কৰিছে নতুন অফাৰ । ১৯৯ টকাৰ ৰিচাৰ্জত প্ৰিপেইড গ্ৰাহক সকলে প্ৰতিদিনে ১.২ জি বি ৪জি ডাটা লাভ কৰিব । এই অফাৰৰ বৈধতা থাকিব ২৮ দিন । আৰু ২৯৯ টকাৰ ৰিচাৰ্জত প্ৰিপাইড গ্ৰাহক সকলে প্ৰতিদিনে ২ জি বি কৈ ডাটা লাভ কৰিব । তদুপৰি ইয়াত আছে অসীমিত ভইচ কল আৰু মেছেজৰ সুবিধা ।