-->

ভাৰতত ব্যৱসায় পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা জাগুৱাৰৰ

ভাৰতত ব্যৱসায় পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা জাগুৱাৰৰ

বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান জাগুৱাৰ লেণ্ড ৰ'ভাৰ ইণ্ডিয়াই চলিত বৰ্ষত ভাৰতত নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতত প্ৰতিষ্ঠানটোৱে প্ৰায় ৩ খন নতুন বিপনী স্থাপনৰ বাবে আগবাঢ়িছে প্ৰতিস্থানটোৱে।বৰ্তমান ভাৰতৰ ২৩ খন প্ৰধান চহৰত ২৫ খন বিপনীৰে ব্যৱসায় চলাই নিছে জাগুৱাৰে। আনহাতে প্ৰতিষ্ঠানটোৱে জনোৱা মতে চলিত বৰ্ষতে ভাৰতত মুকলি কৰা হ'ব লেণ্ড ৰ'ভাৰ ডিছক'ভাৰী আৰু ৰেঞ্জ ৰ'ভাৰ ভেলাৰ গাড়ী দুখন।