-->

হোণ্ডাৰ নতুন দুচকীয়া বাহন বজাৰত

হোণ্ডাৰ নতুন দুচকীয়া বাহন বজাৰত

বাহন নিৰ্মাতা কোম্পানী হোণ্ডাই বুধবাৰে মুকলি কৰে নতুন দুচকীয়া বাহন হোণ্ডা গ্ৰাজিয়া । এই বাহনখনৰ বুকিং মুকলিৰ আগতেই আৰম্ভ হৈছে । মাথোঁ ২০০০ টকাৰে হোণ্ডা শ্ব'ৰুম লৈ গৈ গ্ৰাহকে এতিয়াও বুকিং কৰিব পাৰিব । বাহনখনত আছে ১২ ইঞ্চিৰ এলয় হুইল, ফ্ৰণ্ট ডিস্ক ব্ৰেক আৰু টেলস্কপিক ফ্ৰণ্ট ছাছপেচনৰ দৰে ফিচাৰ্জ । তদুপৰি এই স্কুটাৰখনত আছে ডিজিটেল ডিছপ্লে, ১২৫ চিচি ইঞ্জিন । হোণ্ডা গ্ৰাজিয়াই প্ৰত্যাহ্বান জনাব হোণ্ডাৰ এক্টিভা, ছুছুজি এক্সপ্ৰেছ, ভেচপা বি এক্স আৰু মাহিন্দ্ৰ গুষ্টোক ।