-->

ভাৰতত বিদেশী মুদ্ৰাৰ জমা ১১ নিযুত ডলাৰলৈ হ্ৰাস

ভাৰতত বিদেশী মুদ্ৰাৰ জমা ১১ নিযুত ডলাৰলৈ হ্ৰাস

বিগত সপ্তাহত ভাৰতত বিদেশী মুদ্ৰাৰ জমা ১১ নিযুত ডলাৰ হ্রাসেৰে ৩৮১.১৫৬ বিলিয়ন ডলাৰ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ইয়াৰ পূৰ্বৰ ২ জুনত সমাপ্ত হোৱা সপ্তাহটোত ভাৰতৰ বিদেশী মুদ্ৰা জমাৰ পৰিমাণ ৩৮১.১৬৭ বিলিয়ন ডলাৰ।এই সময়ছোৱাত বিদেশী মুদ্ৰাৰ হ্রাসৰ বিপৰীতে ২০.০৯ বিলিয়ন ডলাৰত অপৰিৱৰ্তিত হৈ ৰয় সোণৰ জমা পৰিমাণ।