ফ্লিপকাৰ্টৰ নতুন ম’বাইল বোনাঞ্জা অফাৰ

ফ্লিপকাৰ্টৰ নতুন ম’বাইল বোনাঞ্জা অফাৰ

দেশৰ জনপ্ৰিয় অনলাইন খুচুৰা বিক্রেতা প্ৰতিষ্ঠান ফ্লিপকাৰ্টে ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত কৰিছে ম'বাইল বোনাঞ্জা শীর্ষক বিক্ৰী অভিযান। এই সময়ছোৱাত বিভিন্ন প্ৰতিষ্ঠানৰ স্মাৰ্টফোনত আকৰ্ষণীয় ৰেহাই আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত ছেমছাং গেলেক্সী এছ-৭ স্মাৰ্টফোনটো পূৰ্বৰ ৪৬,০০০ টকাৰ পৰিৱৰ্তে ২৯,৯৯০ টকা আগবঢ়োৱা হৈছে। একেদৰে গুগল পিক্সেল-২ এক্স এল স্মাৰ্টফোনটো ৪৯,৯৯৯ টকা আৰু মট' জেড ২ প্লে স্মাৰ্টফোনটো ১৯,৯৯৯ টকাত আগবঢ়োৱা হৈছে।