-->

হায়দৰাবাদত অনুষ্ঠিতব্য গ্ল’বেল এণ্ট্ৰাপ্ৰিনিঅ’ৰশ্বিপ ছামিটত অংশ ল’ব ফ্লিপকাৰ্ট, মবিকুইকৰ মূৰব্বীয়ে

হায়দৰাবাদত অনুষ্ঠিতব্য গ্ল’বেল এণ্ট্ৰাপ্ৰিনিঅ’ৰশ্বিপ ছামিটত অংশ ল’ব ফ্লিপকাৰ্ট, মবিকুইকৰ মূৰব্বীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কণ্যা ইভানকা ট্রাম্পৰ উদ্যোগত হায়দৰাবাদত অনুষ্ঠিতব্য তিনিদিনীয়া গ্ল'বেল এণ্ট্ৰাপ্ৰিনিঅ'ৰশ্বিপ ছামিট ২০১৭ৰ আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব নতুন প্ৰজন্মৰ কেইবাগৰাকীও উদ্যোগীয়ে।