-->

প্ৰবঞ্চনাৰ অভিযোগত ফ্লিপকাৰ্টৰ দুই প্ৰতিষ্ঠাপকৰ বিৰুদ্ধে গোচৰ ৰুজু

প্ৰবঞ্চনাৰ অভিযোগত ফ্লিপকাৰ্টৰ দুই প্ৰতিষ্ঠাপকৰ বিৰুদ্ধে গোচৰ ৰুজু

প্ৰবঞ্চনাৰ অভিযোগত ফ্লিপকাৰ্টৰ দুই প্ৰতিষ্ঠাপক শচীন বানছাল আৰু বিন্নী বানছালকে ধৰি প্ৰতিষ্ঠানটোৰ আন কেইগৰাকীমান বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে এগৰাকী ব্যৱসায়ীয়ে।