-->

ভাৰতৰ প্ৰথমটো ট্ৰাম্প প্ৰকল্প মুকলি গুৰগাঁৱত

ভাৰতৰ প্ৰথমটো ট্ৰাম্প প্ৰকল্প মুকলি গুৰগাঁৱত

ভাৰতীয় ৰিয়েল ইষ্টেটৰ বজাৰখনত প্ৰৱেশ কৰাৰ পাঁচ বছৰ পাছপত ট্ৰাম্প সংস্থাই দেশখনত প্ৰথমটো প্ৰকল্প মুকলি কৰিছে । মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিউয়ৰ্কস্থিত বাণিজ্যিক প্ৰতিষ্ঠান ট্ৰাম্প সংস্থাই ভাৰতত এয়া চতুৰ্থটো প্ৰকল্পৰ নিৰ্মান । এয়া হৈছে ট্ৰাম্পৰ বাণিজ্যিক সংস্থাৰ ভাৰতত অন্তিমটো আৱাসিক প্ৰকল্প ।