পেট্ৰল-ডিজেলত ৫০ পইচা অতিৰিক্ত কৰ লগোৱাৰ প্ৰস্তুতি

পেট্ৰল-ডিজেলত ৫০ পইচা অতিৰিক্ত কৰ লগোৱাৰ প্ৰস্তুতি

পেট্ৰল-ডিজেলৰ ভেট হ্ৰাদ কৰিব বিচৰা মধ্য প্ৰদেশ চৰকাৰে এইবাৰ ইয়াৰ ওপৰত ৫০ পইচা অতিৰিক্ত কৰ লগোৱচৰ8 প্ৰস্তুতি চলাই আছে । বুধবাৰে কেবিনেট বৈঠকত এই প্ৰস্তাৱ লোৱা হয়।  যদিহে এই প্ৰস্তাৱত মনজুৰি দিয়া হয়, তেনেহলে পেট্ৰিল-ডিজেলৰ গ্ৰহসকলে ৫০ পইচা কৈ অতিৰিক্ত কৰ ভৰিব লাগিব । এনেদৰে প্ৰতিবছৰে চৰকাৰে লাভ কৰিব ২০০ কোটি টকা।