-->

এমাহত ৩০ লাখ ৰন্ধন গেছৰ সংযোগ বাতিল

এমাহত ৩০ লাখ ৰন্ধন গেছৰ সংযোগ বাতিল

ইণ্ডিয়ান অইল কৰ্পৰেচন (আইঅ'চি), হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন (এইচপিচিএল) আৰু ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন (বিপিচিএল) চলিত মাহত ৩০ লাখৰো অধিক ৰন্ধন গেছৰ সংযোগ বাতিল কৰিছে । কোম্পানী কেইটাৰ উচ্চ পৰ্যায়ৰ বিষয়া আৰু ডীলাৰসকলে প্ৰকাশ কৰা মতে, বন্ধ কৰি দিয়া সংযোগসমূহ আছিল ঘৰুৱা ৰাজসহায্যযুক্ত ৰন্ধন গেছ । এনে কৰা মূলতে হল সেই ৰন্ধন গেছসমূহৰ সংযোগ নগদবিহীন হস্তান্তৰযুক্ত সংযোগ ।