-->

এছবিআইৰ সুতৰ হাৰ হ্ৰাদ সম্ভাৱনা

এছবিআইৰ সুতৰ হাৰ হ্ৰাদ সম্ভাৱনা

চলিত বৰ্ষৰ প্ৰথম দিনটোতে ভাৰতীয় ষ্টেট বেংকে দিছে সুখবৰ । দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংকটোৱে সুতৰ হাৰ ৯.৯৫ বেছিচ পইণ্টৰ পৰা হ্ৰাদ কৰিছে ৮.৬৫লৈ । বেছিচ পইণ্ট হল গ্ৰহকসকলক দিয়া ঋণৰ ন্যূনতম সোতৰ হাৰ ।