-->

২০০ টকীয়া নোটৰ বাবে সলনি কৰিব লাগিব এটিএম

২০০ টকীয়া নোটৰ বাবে সলনি কৰিব লাগিব এটিএম

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০ টকীয়া নতুন নোটৰ প্ৰচলন বৃদ্ধি কৰা আৰম্ভ কৰিছে । এই নোটসমূহ অধিক প্ৰচলনৰ বাবে এটিএমসমূহ সলনি কৰাৰ নিৰ্দেশ দিছে শীৰ্ষৰ বেংকটোৱে । এই সন্দৰ্ভত ৰিজেৰ্ভ বেংকৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে আৰ বি আইৰ এই নিৰ্দেশ মানিবলৈ বেংকিং ক্ষেত্ৰখনে ১ হাজাৰ কোটিৰো অধিক ধন খৰছ কৰিবলগীয়া হব পাৰে।