-->

অতি সোনকালে বজাৰত উপলব্ধ লব নতুন ১০টকীয়া নোট

অতি সোনকালে বজাৰত উপলব্ধ লব নতুন ১০টকীয়া নোট

ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে নতুন ১০ টকীয়া নোটৰ প্ৰচলন কৰিব । মহাত্মা গান্ধী ছিৰিজৰ এই নতুন ১০ টকীয়া নোটখন হব চকলেট মুগা বৰণৰ । নোটখনত থাকিব কোনাৰকৰ সূৰ্য মন্দিৰৰ ফটো । এক সূত্ৰই প্ৰকাশ কৰা মতে, বৰ্তমানলৈ আৰ বি আয়ে ১০০ কোটি নতুন ১০ টকীয়া নোট ছপা হৈছে ।