-->

দুহাজাৰ টকা লেনদেনত দিব নালাগে কৰ

দুহাজাৰ টকা লেনদেনত দিব নালাগে কৰ

২০০০ টকা পৰ্যন্ত কাৰ্ডসহ ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বেংকসমূহক দিবলগীয়া অতিৰিক্ত ধন কেন্দ্ৰই আগবঢ়াব । ফলত ব্যৱসায় বা বেংকৰ ওপৰত এই বোজা আৰু নাথাকিব । নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই কেন্দ্ৰৰ এই নতুন সিদ্ধান্ত কাৰ্যকৰী হৈছে ।