-->

ডিচেম্বৰত অটোম’বাইল কোম্পানীৰ বাহনৰ বিক্ৰী বৃদ্ধি

ডিচেম্বৰত অটোম’বাইল কোম্পানীৰ বাহনৰ বিক্ৰী বৃদ্ধি

ডিচেম্বৰত অটো ম'বাইল কোম্পানীসমূহৰ বিক্ৰী বৃদ্ধি হোৱা দেখা যায় । ২০১৭ৰ ডিচেম্বৰত মাৰুটি চুজুকী বাহনৰ বিক্ৰী ১০.৩ শতাংশ বৃদ্ধি হয় । ডিচেম্বৰত কোম্পানীটোৱে মুঠ বাহন বিক্ৰী কৰে ১.৩ লাখ খন । ঠিক তেনেকৈ হোণ্ডাইৰ বাহনৰো বিক্ৰী ডিচেম্বৰত বৃদ্ধি পোৱা দেখা যায় ।