বিলাসী বাহন অভিলেখ গঢ়াৰ দিশত

বিলাসী বাহন অভিলেখ গঢ়াৰ দিশত

চলিত বৰ্ষত বিলাসী বাহন বিক্ৰিয়ে শিখৰ চুব বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে । বিগত বৰ্ষৰ নোট বাতিলৰ বাবে তেনে বিলাসী বাহনৰ বিক্ৰী হ্ৰাদ পাইছে । বাহন নিৰ্মাতা উদ্যোগৰ লগত জড়িতসকলে প্ৰকাশ কৰিছে যে বিগত কিছুমাহ ধৰি বিলাসী বাহনৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে । চলিত বৰ্ষৰ  শেষৰ ক্ৰৈমেসিকলৈকে এই ধাৰা অভ্যাহত থাকিব । আনকি ৪০,০০০ ইউনিটৰো সংখ্যা পাৰ কৰিব পাৰে।  ২০১৫ চনত বিলাসী বাহনৰ বিক্ৰী ১৩ শতাংশ হ্ৰাদ পাই ৩৩,০০০ ইউনিট হয়গৈ । চলিত বৰ্ষত বৰ্তমানলৈ ১২ খন নতুন বিলাসী বাহন মুকলি কৰে মাৰ্চিডিজে ।