বিগত বৰ্ষত বিলাসী গাড়ীৰ চাহিদা বৃদ্ধি পালে ভাৰতত

বিগত বৰ্ষত বিলাসী গাড়ীৰ চাহিদা বৃদ্ধি পালে ভাৰতত

বিমুদ্রাকৰণ আৰু জি এছ টি স্বত্বেও বিগত বৰ্ষত ভাৰতত বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ বিকাশৰ হাৰ বৃদ্ধি পাইছে। এই সময়ছোৱাত কেইটামান এনে গাড়ী নিৰ্মাণ প্ৰতিষ্ঠানে অভিলেখসংখ্যক গাড়ী বিক্ৰী কৰিবলৈ সক্ষম হৈছে।