-->

জগুৱাৰৰ বাহনৰ বিক্ৰী ৪৯ শতাংশ বৃদ্ধি

জগুৱাৰৰ বাহনৰ বিক্ৰী ৪৯ শতাংশ বৃদ্ধি

জগুৱাৰ লেণ্ড ৰভাৰ ইণ্ডিয়াই ২০১৭ বৰ্ষত ৪৯ শতাংশ বিকাশৰ কথা ঘোষণা কৰিছে । এই সময়ছোৱাত প্ৰতিষ্ঠানটোৱে ৩,৯৫৪খন গাড়ী বিক্ৰী কৰিবলৈ সক্ষম হৈছে । জগুৱাৰ লেণ্ড ৰভাৰৰ এই সফলতাত প্ৰতিষ্ঠানটোৱে প্ৰায় আটাইকেইটা মডেলেই অৰিহণা যোগাইছে।