-->

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সন্মিলনীৰ ‘অসম ৰত্ন’ বঁটা

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সন্মিলনীৰ ‘অসম ৰত্ন’ বঁটা

অসম সাহিত্য সন্মিলনীয়ে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ লৈছে অসম কবিতা মহোৎসৱ। এই বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গলৈ আগবঢ়োৱা হ'ব 'অসম ৰত্ন' বঁটা। এগৰাকী কবি-গীতিকাৰ-সুৰকাৰ-অভিনেতা-পৰিচালক তথা গীতত শুদ্ধ উচ্চাৰনেৰে শ্ৰোতাক গুণমুগ্ধ কৰাৰ বাবে শিল্পীগৰাকীলৈ এই সন্মান আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিছে সাহিত্য সন্মিলনীয়ে।