-->

নাগালিমক লয় পুনৰ প্ৰতিবাদ

নাগালিমক লয় পুনৰ প্ৰতিবাদ

আজি নুমালিগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে গোলাঘাট যাৰ বিধিন্ন দল সংগঠনে । অসম আৰু নগা ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লগতে শেহতীয়াকৈ বৃহত্তৰ নাগালিমৰ ফ্ৰেমৱৰ্কৰ বিৰোধীতাৰে ভোলাঘাত জিলাত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে আজি ঐক্য সেনা, অসমৰ গোলাঘাট জিলা সমিতিয়ে নুমালিগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । দুই শতাধিক পুৰুষ-মহিলাই অংশ লোৱা অৱৰোধস্থলীতে ঐক্য সেনাৰ গোলাঘাট জিলা সমিতিৰ সদস্যই নাগালিমৰ বিৰোধীতাৰে সমূহীয়া মুণ্ডন কৰে ।