-->

ডিব্ৰুগড়ত অসম আন্তঃ ৰাষ্ট্ৰীয় কৃষি উদ্যন শস্য মেলা আৰম্ভ

ডিব্ৰুগড়ত অসম আন্তঃ ৰাষ্ট্ৰীয় কৃষি উদ্যন শস্য মেলা আৰম্ভ

কৃষিখণ্ডৰ উন্নয়নতে অসমৰ উন্নয়ন নিৰ্ভৰশীল । সেয়ে ৰাজ্যখনৰ উন্নয়নৰ গতি খৰতকীয়া কৰাৰ বাবে যুৱচামেও আধুনিক ধ্যান-ধাৰণা তথা বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিকাৰ্যত আত্মনিয়োগ কৰিব লাগিব । কৃষিখণ্ডৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষকৰ উপাৰ্জন বৃদ্ধিত মনোনিবেশ কৰিব লগিব । ডিব্রুগড়ৰ চৌকিডিঙি খেল পথাৰতাৰম্ভ হোৱা পঞ্চম অসম আন্তৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শূন্য মেলাৰ শুভ উদ্বোধন কৰো ৰাজ্যখনৰ যুৱচামক ক্ৰশখণ্ডত আত্মনিয়োগ কৰবলৈ এইদৰে আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।