কামৰূপ পুঠিমাৰিত বনমন্ত্ৰীৰ ছাডেন ভিজিট

কামৰূপ পুঠিমাৰিত বনমন্ত্ৰীৰ ছাডেন ভিজিট

কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পুঠিমাৰিত বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ছাডেন ভিজিট কৰে । পুঠিমাৰী নৈৰ বালি-মাটিসমূহ জধে-মধে কাটি নৈখনৰ গতিপথ সলনি কৰি একাংশ ব্যৱসায়ীয়ে দিনে-নিশাই ডাম্পাৰ, ট্ৰেক্টৰ আদিৰে মাটি সৰবৰাহ কৰি স্থানীয় ৰাইজৰ মাজত এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।