-->

প্ৰবীণ চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱালৈ ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

প্ৰবীণ চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱালৈ ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

অসমৰ বিশিষ্ট নাট্যকাৰ তথা জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱালৈ আগবঢ়োৱা হৈছে ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা। কিছুদিন পূৰ্বে পাঠশালাস্থিত আৱাহন থিয়েটাৰৰ কতৃপক্ষই মুনিন বৰুৱালৈ এই বঁটা প্ৰদান কৰাৰ কথা এক সংবাদমেলযোগে ঘোষণা কৰিছে। উল্লেখযোগ্য যে অসমৰ অন্যতম শ্রেষ্ট নাট্যকাৰ, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত ২০০৮ চনৰপৰাই আৱাহন থিয়েটাৰৰ প্ৰযোজক পক্ষই তেওঁৰ নামত এই বঁটা প্ৰদান কৰি আহিছে।