-->

ৰাজধানী চহৰ দিল্লীত অসম সাহিত্য সভাৰ শতবর্ষ মহোৎসৱ আৰম্ভ

ৰাজধানী চহৰ দিল্লীত অসম সাহিত্য সভাৰ শতবর্ষ মহোৎসৱ আৰম্ভ

অসম সাহিত্য সভাৰ শতবৰ্ষৰ পবিত্ৰ মুহূৰ্তত অসমৰ জাতীয় জীৱনৰ পৰিধিৰ ভিতৰত নিয়মানুসাৰে বিশ্বৰ সকলো সৎবুদ্ধি আৰু সদ্ভাৱাপন্ন জনসাধাৰণ অন্তৰ্ভুক্ত হওক।'- এই আহ্বান অসম সাহিত্য সভাৰ সভাপতি ডাঃ ধ্ৰুবজ্যোতি বৰাৰ।